Home / Places / Dipor Bill (দীপৰ বিল) (Deepor Beel)

Dipor Bill (দীপৰ বিল) (Deepor Beel)

Dipor Bil, additionally spelt Deepor Beel, is situated to the south-west of Guwahati city, in Kamrup district of Assam, India It is a everlasting freshwater lake, in a former channel of the Brahmaputra River.

Dipor-Bill

দীপৰ বিল। অসমৰ এখন লেখত ল’ব লগীয়া জলভূমি। কিন্তু আমি কিমান জনে দীপৰ বিল পখী অভয়াৰণ্যৰ বিষয়ে জানো?
আহকচোন কিছু কথা আলোচনা কৰো |
ক) দীপৰ বিলৰ প্ৰকৃত মাটিকালি চল্লিশ বৰ্গ কি:মি:।
খ) দীপৰ বিল পখী অভয়াৰণ্যৰ প্ৰকৃত মাটিকালি দহ বৰ্গ কি: মি:।
গ) দীপৰ বিল পখী অভয়াৰণ্য উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম ৰামচৰ জলাহ ভূমি।
ঘ) দীপৰ বিল অঞ্চলত দহতকৈ অধিক এলিফেন্ট কৰিডৰ আছে।
ঙ) দীপৰ বিলত ত্ৰিশটাতকৈ অধিক প্ৰজাতিৰ থলূৱা আলংকাৰিক মাছ পোৱা যায়।

 

 

Close it!
Close it!

Leave a Reply

Your email address will not be published. Required fields are marked *

*

4 × 2 =